বিহঙ্গমবিহঙ্গমী

বিহঙ্গম দৃষ্টি (Assamese) [ Roman: bi.hong.gom dris.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
1. Literature(Abstract Noun) An overview; this expression can be used literally, for a panoramic view such as a bird might see, as well as figuratively. এক অৱলোকন; এই ধৰণৰ প্ৰকাশ আক্ষৰিক অৰ্থত, অৰ্থাত্ চৰায়ে দেখাৰ ধৰণে উপৰুৱা দৃষ্টি বুজাবলৈ অথবা প্ৰতীকধৰ্মী অৰ্থত ব্যৱহাৰ হয় ৷